Переходьте в офлайн за допомогою програми Player FM !
উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ অসমৰ প্ৰথমগৰাকী ৰাজনৈতিক কাৰ্টুনিষ্ট পুলক গগৈৰ কৰ্মৰাজিৰ বিষয়ে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ এটি আলোকপাত
Manage episode 363974234 series 2973144
উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ অসমৰ প্ৰথমগৰাকী ৰাজনৈতিক কাৰ্টুনিষ্ট পুলক গগৈৰ কৰ্মৰাজিৰ বিষয়ে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ এটি আলোকপাত
উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে লৈ আনো উ্ৰত্তৰ-পূব ভাৰতৰ সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এই পডকাষ্টটিত আছে অসমৰ প্ৰথমগৰাকী ৰাজনৈতিক কাৰ্টুনিষ্ট পুলক গগৈৰ কৰ্মৰাজিৰ বিষয়ে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ এটি আলোকপাত । সংগীত-প্রিয়ানুজ পৰাশৰ
Creative works from Northeast: Cartoonist Nituparna Rajbongshi sheds light on works of Assam’s first political cartoonist Pulak Gogoi
Creative works from Northeast: In this special podcast series, we bring you review, analysis and observation on creative works from India’s northeast region. In this episode, Cartoonist Nituparna Rajbongshi sheds light on works of Assam’s first political cartoonist Pulak Gogoi. Music by Priyanuj Parashar
Download NEZINE App to keep listening to NEZINE's podcast
50 епізодів

Tous les épisodes
×
1 অসমৰ অৰ্থনৈতিক বিকাশৰ চৰকাৰী তথ্যই সাধাৰণ জনতাৰ অৰ্থনৈতিক সমস্যা আৰু সংকট প্ৰতিফলিত কৰা নাই: অধ্যাপক জয়দীপ বৰুৱা 50:14

1 "অসম আন্দোলনৰ মাজেৰে এনে এজন নেতা আমি নাপালোঁ, যাক আমি বন্দনা কৰিব পাৰোঁ"- বিশিষ্ট ইতিহাসবিদ ড: ৰাজেন শইকীয়া 1:37:52

1 ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “ৰূপান্তৰৰ শিল্পী”ৰ শিল্পদৰ্শন সাম্প্ৰদায়িকতাবাদ প্ৰতিহত কৰাৰ অন্যতম পোহৰ- শিল্পী দিৱস উপলক্ষে ৰত্না ভৰালী তালুকদাৰৰ বিশেষ পডকাষ্ট 15:33

1 উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : লেখক, শিক্ষক অঞ্জুলা ভূঞা বৰাৰ সাহিত্যত আঘোণৰ প্ৰতিফলন বিষয়ক এটি আলোচনা 10:19

1 উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: লোকসংস্কৃতিৰ গৱেষক আৰু লেখক ডo ৰাজশ্ৰী হাজৰিকাই যুগুতোৱা লোকসংস্কৃতিবিষয়ক এটি আলোচনাe 13:05

1 উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: ঔপন্যাসিক, গল্পকাৰ জুৰি বৰা বৰগোহাঞিয়ে তেখেতৰ সাহিত্য যাত্ৰাৰ বিষয়ে ব্যক্ত কৰা কিছু অনুভৱ 6:15

1 উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ: দেৱব্ৰত দাসৰ উপন্যাস -'কড়ি খেলাৰ সাধু'ৰ বিষয়ে ড০ অংকুমনি দাসে কৰা এটি আলোচনা 10:15

1 উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : ডo হীৰেণ গোহাঁইৰ শংকৰদেৱ চৰ্চাৰ বিষয়ে ৰত্না ভৰালী তালুকদাৰে কৰা এটি আলোচনা 26:22

1 অনুপমা বৰগোহাঁইৰ ‘শ্যামকানু দূৰৈ হৈ নাযাবা’ শীৰ্ষক উপন্যাসখনিৰ বিষয়ে বিদিশা দত্তই কৰা এটি আলোচনা 4:56

1 উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ অসমৰ প্ৰথমগৰাকী ৰাজনৈতিক কাৰ্টুনিষ্ট পুলক গগৈৰ কৰ্মৰাজিৰ বিষয়ে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ এটি আলোকপাত 13:10

1 জনপ্ৰিয় শিশু গ্ৰন্থৰ অসমীয়ালৈ অনুবাদ: নেচনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া আৰু মৌচাকৰ উদ্যোগত আয়োজিত অনুবাদ কৰ্মশালাৰ বিষয়ে লেখক, অনুবাদক আশাদীপা শইকীয়াৰ আলোকপাত 10:57

1 উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : জুৰি বৰা বৰগোহাঞিৰ উপন্যাস -লিড’লামৰ বিষয়ে অনুপমা বৰগোহাঁইয়ে কৰা এটি আলোচনা 9:55

1 উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: মুনমী দত্ত হাজৰিকাৰ গ্ৰন্থ ‘তেজস্বী পঞ্চৰত্ন’ৰ বিষয়ে গোবিন কুমাৰ খাউণ্ডে কৰা আলোচনা 15:33
Ласкаво просимо до Player FM!
Player FM сканує Інтернет для отримання високоякісних подкастів, щоб ви могли насолоджуватися ними зараз. Це найкращий додаток для подкастів, який працює на Android, iPhone і веб-сторінці. Реєстрація для синхронізації підписок між пристроями.